মহানগৰীৰ জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা তীব্ৰবেগী বাহনৰ। আন এজন লোককো মহটিয়াই নিয়ে বাহনখনে । শ্ৰদ্ধাঞ্জলি উৰণসেতুত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01-BD-6171।
জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা ভয়ংকৰ দুৰ্ঘটনা
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2024/08/FB_IMG_1722835023183-scaled.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author