ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু। এতিয়াও সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক। পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।
ডাৱৰ বিস্ফোৰণৰ পাছতে হিমাচল প্ৰদেশত বানৰ সংহাৰ; সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক
Posted on by GTM Desk
1 min read