🔷 মৰঙীৰ অভয়পুৰীয়াত সম্পৰ্কীয় ভাতৃক হত্যা ,পাৰিবাৰিক কন্দলৰ বাবে ভয়ংকৰ হত্যাকাণ্ড
🔷 ধৈৰ্য্য শইকীয়াই প্ৰবিন শইকীয়াক হত্যা কৰাৰ অভিযোগ । নিশা দুয়োৰে কাজিয়াৰ সময়তে প্ৰবিন শইকীয়াক আক্ৰমণ
🔷 গোলাঘাট অসামৰিকত প্ৰবিনক মৃত ঘোষণা চিকিৎসকৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত গোলাঘাট আৰক্ষীৰ।