চালগিৰা আগিটোক চাংমা নামৰ যুৱক জনৰ পৰিয়ালৰ অভিযোগ বহু সময় লৈকে চিকিৎসাৰ অভাৱত GMCH ত পৰি আছিল।
যাৰ বাবে মৃত্যু হৈছিল যুৱক জনৰ।
যুৱকজন এটা পথ দূৰ্ঘটনাত পতিত হৈ অচেতন অৱস্থাত ৰাস্তা পৰি আছিল , নুনমাটি আৰক্ষীয়ে চিকিৎসাৰ বাবে যুৱক জনক লৈ আনিছিল GMCH লৈ।