‘ধিং কাণ্ডত জড়িত দোষীক ৰেহাই দিয়া নহ’ব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।’- মুখ্যমন্ত্ৰী

1 min read

‘ধিং কাণ্ডত জড়িত দোষীক ৰেহাই দিয়া নহ’ব, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ধিঙত এগৰাকী অসমীয়া কিশোৰীৰ ধৰ্ষণক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ। DGPক ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

You May Also Like

More From Author