১১ আগষ্টত পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ। অৱশ্যে পুৰুষৰ ধ্বজাবাহক কোন হ’ব সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই। উল্লেখ্য যে, পেৰিছ অলিম্পিক ২০২৪ত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি চৰ্চাৰ শীৰ্ষত আছে ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ।
পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ
Posted on by GTM Desk
1 min read
You May Also Like
Indian Army organises Kwakta Football Tournament in Manipur
February 2, 2025
Saraswati Puja on FEB 2 OR 3?
January 30, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025