যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা…

1 min read

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে আনিছিল নিৰ্যাতনৰ গুৰুতৰ অভিযোগ।

 

You May Also Like

More From Author