দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ;পিতৃ চবিন বৰ্মন, মাতৃ দিপালী তালুকদাৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

1 min read

মহেশ আগৰৱাল নামৰ দীপাংকৰ বৰ্মনৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এগৰাকীকো গ্ৰেপ্তাৰ। আজি পাণবজাৰ থানালৈ তলব কৰা হৈছিল দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক। বিনিয়োগকাৰীৰ অভিযোগৰ ভিত্তিত থানাত দুয়োজনকে জেৰা আৰক্ষীৰ। দীপাংকৰ বৰ্মনৰ সকলো কু-কীৰ্তিৰ বিষয়ে অৱগত পিতৃ-মাতৃ।

You May Also Like

More From Author