খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। নৱেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব দুয়োটা কিস্তি। নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক অন্তৰ্ভুক্ত কৰা হ’ব আঁচনিত।
আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান
Posted on by GTM Desk
1 min read
You May Also Like
ধিঙত বন্যহস্তীৰ আক্ৰমণত মৃ*ত্যু এগৰাকী বৃদ্ধা মহিলা
November 8, 2024
লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কা*ণ্ড, সা*ৰি নগ’ল নি*জ কন্যা…
November 8, 2024