অসম জাতীয় পৰিষদত যোগ দিব বোকাখাতৰ প্রাক্তন বিধায়ক জিতেন গগৈয়ে

1 min read

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অসম জাতীয় পৰিষদত যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷

শুক্ৰবাৰে তেওঁৰ সমৰ্থক সহ যোগ দিব লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন আঞ্চলিক দলটোত ৷ অ:জা:প:ত চামিল হ’ব জিতেন গগৈ নেতৃত্বাধীন’বোকাখাত নির্মাণ গোট ৷

উল্লেখ্য যে,গগৈ বোকাখাত সমষ্টিৰ পৰা দুবাৰকৈ নিদৰ্লীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰে মানস সন্তান স্বৰূপ ‘বোকাখাত নির্মাণ গোট’ৰ জৰিয়তে সমষ্টিটোত বিভিন্ন উন্নয়ণমূলক কাৰ্যৰে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল ৷

You May Also Like

More From Author