- ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন
- নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন
- নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক
- নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক
- আনজন নিলম্বিত ACS বিষয়া কাব্যশ্রী দিহিঙীয়া
- আটাইকেইজনকে নিৰ্বাচনী বিষয়া হিচাপে কৰা হৈছিল বদলি
- বদলি কৰাৰ পিছতো তেওঁলোকে যোগদান কৰা নাছিল কৰ্তব্যত
- আটাইকেইজনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ