The North East Zonal Conference commenced in Guwahati with the participation of all the Media directorates under the Ministry of Information & Broadcasting in the North East region. Over the course of three days, various aspects of communication and publicity activities, as well as financial and administrative matters, will be
Year: 2024
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷ শেহতীয়া তথ্য মতে চলিত বৰ্ষৰ বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই :– ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাঁৱৰ ৰাস্তা- ঘাটলৈকে বিস্তাৰিত হৈ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পাৰ্থেনিয়ামে বৰ্তমান জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। চামগুৰিৰ লগতে আমনি,মিছা, ৰঙাগড়া,আমনিগাঁও,পহুকটা,গড়মূৰ, ভেলেউগুৰি,তেলিয়াগাঁও,পুৰণিগুদাম আদিকে ধৰি বিভিন্ন অঞ্চলৰ
PALASBARI,July 8: Floods continue to ravage the state.People from Nahira-Guimara village under Palasbari LAC in Kamrup district has been hit by floods. They have been accommodated at the nearby Nahira-Guimara Anchalik High School.The Magic Bus India Foundation (MBIF),a leading non-government organization (NGO) in the state, is working day and night
নিউজ ব্যুৰ’,নগাঁও,৭জুলাই :–প্ৰজন্মই প্ৰজন্মই যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ প্ৰয়োজন আছে অসমত।প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ খোলা হ’ব ৷—–এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ৰবিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ