Year: 2024

বঙাইগাঁৱৰ চাঞ্চল্যকৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্য ফাদিল; পত্নীয়েই ছুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰাইছিল স্বামীক

বঙাইগাঁৱৰ চাঞ্চল্যকৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্য ফাদিল; পত্নীয়েই ছুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰাইছিল স্বামীক

🔷 পত্নী নীলিমা দাস আৰু ৪ ছুপাৰি কিলাৰক গ্ৰেপ্তাৰ 🔷 স্বামীৰ সৈতে একাধিক মহিলাৰ সম্পৰ্ক থকাৰ সন্দেহতে এই হত্যাকাণ্ড।

অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

🔷 ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ফেৰী সেৱা 🔷 সোমবাৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 🔷 জলপৃষ্ঠ হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব ফেৰী

এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন…

এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন…

“এইবাৰ টাইম কাৰ্ড নহয় আৰক্ষীৰ এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন। বানপানীৰ বাবেই কাজিৰঙাত সঘনাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে জীৱ-জন্তু। নিৰ্দিষ্ট সংখ্যক বাহন একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ

নগাঁও,ৰহা আৰু লামডিঙত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন

নগাঁও,ৰহা আৰু লামডিঙত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা আৰু সজাগতা সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ইতিহাস হ’ল আই পি চি,চি আৰ পি চি আৰু আই ই আইন তিনিখন। নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত নগাঁও আৰক্ষীয়ে নতুন অপৰাধ আইন সন্দৰ্ভত সোমবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে।

মধ্য অসমৰ নগাঁও চহৰত “বিদ্ৰোহী জনা” আৰু “নিৰ্বাচন” মঞ্চস্থ

মধ্য অসমৰ নগাঁও চহৰত “বিদ্ৰোহী জনা” আৰু “নিৰ্বাচন” মঞ্চস্থ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন মধ্য অসমৰ এখনি অগ্ৰণী জিলা হৈছে নগাঁও য’ত বছৰটোত অতি কমেও ডেৰ কুৰিখন নাট মঞ্চস্থ হয় । কেৱল চহৰ খনতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ