নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ গাৰোখুন্দাস্থিত পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে কপিলীৰ পাৰত সুনাম অৰ্জন
Year: 2024
নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ কপিলীপাৰৰ সৰবৰহী ব্যক্তি তথা লেখক ভাৰত হাজৰিকাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে নিচেই পুৱা কাৱৈমাৰীৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে প্ৰয়াত হাজৰিকাই ল’ৰালিৰে পৰা ভাওনাৰ সাজপাৰ
নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। এই উপলক্ষে অধ্যক্ষ
পলাশবাৰী, ৩০ এপ্ৰিল:আজি পুৱতিনিশা ২ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী ২০ আনজন সমেজ আলী ২২ ৷ জানিব পৰা মতে, গুৰুতৰভাৱে আহত
৬০ বছৰ বয়সত ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট পৰিধান কৰিলে আলেজান্দ্রা মৰিছা ৰডৰিগেজে। প্রথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্রতিযোগিতাত বয়সৰ দিশৰ পৰা এই খিতাপ লাভ কৰি নতুন ইতিহাস ৰচিলে ৬০ বছৰীয়া সুন্দৰী গৰাকীয়ে।