Year: 2024

কামৰূপ জিলাৰ বিজয় নগৰৰ ১৬ বছৰীয়া যুৱতী নিৰুদ্দেশ!

কামৰূপ জিলাৰ বিজয় নগৰৰ ১৬ বছৰীয়া যুৱতী নিৰুদ্দেশ!

এই ছোৱালী জনীৰ নাম #তনুজা_নাথ বয়স (১৬ বছৰ)। তাইৰ স্থায়ী ঠিকনা কামৰূপ জিলাৰ বিজয় নগৰ যদিও ৰজামায়ঙৰ লক্ষ্মণ নাথ (মোমায়েক) ৰ ঘৰত থাকিয়েই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৰ্তমান শিক্ষাগ্ৰহণ কৰি