সবৰীৰ আস্থা আৰু ভক্তিয়ে তেওঁৰ জুপুৰীলৈ লৈ আহিছিল প্ৰভূ শ্ৰীৰামক। শ্ৰীৰামৰ প্ৰতি একেই আস্থা একেই ভক্তি ঝাৰখণ্ডৰ ধানবাদৰ সৰস্বতীৰ। প্ৰভূ শ্ৰীৰামৰ প্ৰতি ভক্তি আৰু আস্থা মনত ৰাখি বিগত ৩০ বছৰে মৌন ব্ৰত পালন কৰি আহিছে ধানবাদৰ সৰস্বতী আগৰৱালে। এতিয়া সময় আহিছে সৰস্বতীৰ মৌন ব্ৰত ভংগৰ। ২২ জানুৱাৰীত অযোধ্যাত বহু প্ৰতিক্ষিত
Year: 2024
অসম কেবিনেটৰ অন্তত দেওবাৰে সাংবাদিকক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰি কৰে। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি, মিছিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পাৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ লোৱা হয়। মুখ্যমন্ত্ৰীৰ ‘উদ্যমিতা’ নামৰ এখন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত। এই
আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ২৮টা সমষ্টিৰ ২২টাত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬টা সমষ্টিত ইতিমধ্যে বিজেপি বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থী হৈছে
মেষ : শ্ৰীগণেশে কৈছে, এই সময়খিনি স্বাভাৱিক হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। বিত্তীয় লাভৰ পৰিস্থিতি সৃষ্টি হ’ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰা হ’ব পাৰে। সোনকালেই টকা উপাৰ্জন কৰাৰ উদ্দেশ্য থাকিব। কিন্তু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয়। অন্যথা, ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে।
দেশৰ ৰাজধানী দিল্লীৰ পৰা এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে দেওবাৰে জনাই এই কথা। আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীৰ সদৰ বজাৰত এগৰাকী মহিলাই ১২ বছৰীয়া এগৰাকী কিশোৰীক ফুচলাই নিৰ্জন ঠাইলৈ লৈ যায়। তাতেই কিশোৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্যে ৩ কিশোৰৰ লগতে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।