Year: 2024

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাও জিলাত ৰে’ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে’ল ষ্টেচনৰ