সুস্বাস্থ্যৰ গৰাকী হ’বলৈ ভাল খাদ্য খোৱাটো খুবেই জৰুৰী। শৰীৰটোক কাম কৰিবলৈ যিদৰে শক্তিৰ প্ৰয়োজন, মগজুকো কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন। এজন ব্যক্তিয়ে শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাৰ বাবে বহু কিবা-কিবি কৰে।কিন্তু মানসিক
Year: 2024
মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। লালমাটিত এখন বাছে মহটিয়াই নিলে এগৰাকী মহিলাক। এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী। ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।
মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। আনটো দুৰ্ঘটনা সংঘটিত কৰে এখন স্ক’ৰপিঅ’ বাহনে। নিয়ন্ত্রণ হেৰুৱাই স্ক’ৰপিঅ’ বাহনখনে খুন্দা মাৰে এজন লোকক। বাহনখনে মহটিয়াই নিয়ে দুখন দুচকীয়া বাহনো। দুৰ্ঘটনাটোত আহত হয় স্ক’ৰপিঅ’খনৰো
মঙলবাৰে নিশা বৰপেটাৰোডৰ শিমলাগুৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ডাম্পাৰে মহটিয়াই নিয়ে বাইকসহ যুৱকক। সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যুৱকজনক। দুৰ্ঘটনা গুৰুতৰ ভাৱে আহত যুৱক
কৰ্মসংস্থাপনৰ অভাৱত পৰি পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি গৈ চৰম মৃত্যুক সাৱতি ল’লে অসমৰ এজন যুৱকে। এই ঘটনাই মেৰাপানীৰ এটা দৰিদ্ৰ পৰিয়াললৈ কঢ়িয়াই আনিছে অমানিশা । বছৰৰ শেষৰটো দিনতে