পৰিৱৰ্তনশীল বতৰৰ প্ৰথম প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰতে পৰে।এনে বতৰত শিশুৰ জ্বৰ-কাহৰ আদি হোৱাটো খুবেই স্বাভাৱিক। এই দিনকেইটাত বিশেষকৈ শুকান কাহে শিশুসকলক বাৰুকৈয়ে আমনি কৰে।শুকান কাহৰ ফলত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয়।বহু ঔষধ খোৱাৰ পাছতো কেতিয়াবা শুকান কাহ ভাল নহয়।এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ
Year: 2024
Puffed rice : * মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী। * একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়। * মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে । *বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি
ৰন্ধাৰ ক্ষেত্ৰতেই হওঁক বা চালাড বা ফলৰ ক্ষেত্ৰতই হওঁক আমি সকলোৱে বগা নিমখ ব্যৱহাৰ কৰো । কিন্তু চিকিৎসকসকলে অত্যাধিক নিমখ খোৱাৰ অভ্যাস এৰাৰ কথা বাৰে বাৰে পৰামৰ্শ দিয়ে। অত্যাধিক নিমখ খোৱাৰ ফলত বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। পুষ্টিবিদসকলৰ মতে, কিন্তু সাধাৰণ নিমখৰ সলনি আহাৰত কলা নিমখ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে
ভাৰতবৰ্ষত যিদৰে বিভিন্ন ভাষা , ভিন ভিন সাজপাৰ আৰু খাদ্যৰ ভিন্নতা আছে সেইদৰে নতুন বছৰ আৰম্ভণিৰো ভিন্নতা আছে । এই ভিন্নতাৰ মাজত যোগসূত্ৰ ৰাখিছে বৈদিক শাস্ত্ৰ আৰু সনাতন সংস্কৃতি পৰম্পৰা সমূহে । একেই বৈদিক সংস্কৃতি পৰম্পৰাৰ হলেও ভাৰতৰ ভিন ভিন ৰাজ্যত ভিন ভিন স্থানীয় পৰম্পৰাৰ লগ হৈ নাম আৰু নীতি
জ্যোতিষশাস্ত্ৰ অনুসৰি, নতুন বছৰটোৱে সকলোৰে জীৱনত পৰিৱৰ্তন আনিব । ২০২২ বৰ্ষই এই ৪ টা ৰাশিৰ জাতকৰ জীৱনত এক সাকাৰাত্মক পৰিৱৰ্তন আনিব। নতুন বছৰৰ লগত সকলোৰে বহুত প্ৰত্যাশা আছে। সকলোৱে বিচাৰে যে নতুন বছৰটো তেওঁৰ বাবে শুভ হওক। জ্যোতিষ শাস্ত্ৰ অনুসৰি, নতুন বছৰটোৱে সকলোৰে জীৱনত পৰিৱৰ্তন আনিব। নৱবৰ্ষত এই ৰাশিবোৰৰ জাতক