আজিৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব গ্ৰীন বাছ। মহানগৰীত চলিব ২০০খন গ্ৰীন বাছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই বাছ সেৱা। এই বাছসমূহ হ’ব সম্পূৰ্ণ বৈদ্যুতিক ৷ এতিয়া সেউজীয়া ৰঙৰ ইলেকট্ৰিক বাছত উঠি যাতায়াত কৰিব পাৰিব আপুনি। পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বৰ্তমান চলি থকা ডিজেল বাছসমূহ। বৰ্তমান সময়ত গুৱাহাটী
Year: 2024
আজিৰে পৰা আৰম্ভ হ’ল নতুন বছৰ ২০২৪। যিকোনো নতুনৰ আৰম্ভণিৰ ক্ষেত্ৰত বিশেষ কিছুমান ৰীতি-নীতি পালন কৰিলে সেই সূচনাক শুভ কৰি তোলা হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষী দীপক প্ৰসাদ পাণ্ডেই, এই দিনটোত দেৱাদিদেৱ মহাদেৱসৰ পূজা কৰি আৰম্ভ কৰিলে নতুন বছৰটো ভালদৰে পাৰ হ’ব। ইয়াৰ উপৰি এই দিনটোত ৰাশি অনুসৰি ধানু,