আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ৷ সত্ৰনগৰী বৰপেটাত হৰিনাম কীৰ্তনৰ মহাআয়োজন৷
Year: 2024
পুখুৰীত জাপ দিয়াৰ পাছত মৃত্যু ধিঙৰ বলাৎকাৰ কাণ্ডৰে জড়িত মূল অভিযুক্ত তফাজ্জুল ইছলামৰ, আৰক্ষীয়ে অৱশেষত উদ্ধাৰ কৰিলে মৃতদেহ।কিশোৰী ধৰ্ষণকাৰী তফাজ্জুলক জানাজাৰ বাবে স্থান নিদিয়ে গাঁওবাসীয়ে।
ATM চুৰিৰ ঘটনাক লৈ কঠোৰ DGP; বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল ATMত৷ ইয়াৰ পাছতেই আৰক্ষীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ চলিছিল চৰ্চা৷ চৰ্চাৰ মাজতে বিজনী থানাৰ OC শংকৰ দাসক নিলম্বনৰ নিৰ্দেশ ৷
🔷 বাগিচাৰ মালিকৰ পৰা শ্ৰমিকলৈ হস্তান্তৰ হ’ব লাইনৰ মাটি 🔷 পঞ্চায়তৰ দৰে সকলো আঁচনি পাব লাইনৰ শ্ৰমিকে
🔷 আটক ৰফিকুল আৰু ছফিকুল নামৰ দুজনক 🔷কিশোৰী ধৰ্ষণৰ অভিযোগৰ সন্দেহত আটক দুয়োকে 🔷 অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ ঘোষণা