Month: February 2025

সৰ্বভাৰতীয় নেট পৰীক্ষাত উজ্বলিল মঙলদৈ নগৰবাহীৰ পাহি আৰা বেগম

সৰ্বভাৰতীয় নেট পৰীক্ষাত উজ্বলিল মঙলদৈ নগৰবাহীৰ পাহি আৰা বেগম

দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰবাহীৰ কানাইচুবা গাঁৱৰ অতি পিচপৰা হেদায়েৎপুৰ চুবুৰিৰ নৌচাদ আলি আৰু মকছিদা বেগমৰ একমাত্ৰ কন্যা , তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী পাহি আৰা বেগমে যোৱা বৰ্ষত শ্বিলঙৰ নেহু ‌(NEHU) ৰ পৰা ভূগোল বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সদ্য ঘোষিত সৰ্বভাৰতীয় ইউ জি চিৰ নেট

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

মানিমুনিৰ পাত সকলোৱে চিনি পায়। চেচুক ঠাইত হোৱা ই এবিধ বনৌষধি গছ। মানিমুনিৰ পাত আঞ্জা বনাই , ৰস উলিয়াই খোৱা হয়। মানিমুনি দুবিধ আছে। এবিধ সৰু আৰু আনবিধ ডাঙৰ মানিমুনি । ঔষধ হিচাপে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৰাতিপুৱা মানিমুনি পাতৰ ৰস খালে কেতিয়াও পেটৰ অসুখ নহয়

ইছলাম ধৰ্মীয়ে পৰিচালনা কৰা এখন ৫০০ বছৰীয়া শিৱ থান

ইছলাম ধৰ্মীয়ে পৰিচালনা কৰা এখন ৫০০ বছৰীয়া শিৱ থান

এখন ৫০০ বছৰীয়া থান । ‘ভাঙুৰা বাবা’ৰ থান হিচাপে পৰিচিত এই থানখন পৰিচালিত হয় এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ দ্বাৰা । হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মী লোকে পৰিচালনা কৰা থানখন কোনে স্থাপন কৰিছিল ? থানখন মুছলমান পৰিয়ালৰ দ্বাৰা পৰিচালিত হোৱাৰ আঁৰত আছে কেনে ধৰণৰ কাহিনী ? অসমতেই থকা এই থানখনৰ

মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত…

মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত…

মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত ৰৈ আছিল কাল অমানিশা! দুই শিশু সন্তানৰ সন্মুখতে কৰুণ মৃত্যু পিতৃ-মাতৃৰ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভমেলাত পুণ্যস্নান কৰিবলৈ গৈ আছিল পৰিয়ালটো। কিন্তু তেওঁলোকৰ বাবে ৰাজপথত ৰৈ আছিল কাল অমানিশা! পুণ্যস্নানৰ বহুদিনীয়া সপোন পূৰণ নহ’ল! মৃত্যুক সাবটি ল’লে দম্পতীয়ে। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল