Month: June 2025

গুৱাহাটীৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ!

গুৱাহাটীৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ!

আদবাটতে মৃত্যু যুৱ অধিবক্তা নম্ৰতা বৰা… বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুমুখত পৰে এগৰাকী আইনৰ ছাত্ৰী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধৱীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্রতা বৰা নামৰ যুৱতীগৰাকী। কিন্তু পুৱতি নিশা ওভতি অহা পথত ৰিভয় জিলাৰ ওচৰত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাহনখন। শ্বিলঙৰ পৰা গুৱাহাটীলৈ ওভতাৰ সময়তে ভয়ংকৰ পথ দুর্ঘটনাত