নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈছে ধন যোগ। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কিছু ৰাশিৰ বাবে সৌভাগ্যৰ চকৰী ঘূৰিব। আপোনাৰ ৰাশি কি? বিচাৰি উলিৱাওক আপোনাৰ ৰাশিৰ বিপৰীতে কি আছে নতুন দিনত? নতুন বছৰত গ্ৰহসমূহে নিজৰ অৱস্থান সলনি কৰিছে। গতিকে প্ৰতিটো ৰাশিৰ ওপৰত তেওঁলোকৰ প্ৰভাৱো নতুন বছৰত পৰিবৰ্তন ঘটিছে।