Year: 2025

পলাশবাৰীৰ ৰঙামাটিত হাতীৰ গছকত প্ৰাণ গ’ল অশোক দাসৰ

পলাশবাৰীৰ ৰঙামাটিত হাতীৰ গছকত প্ৰাণ গ’ল অশোক দাসৰ

অশোক দাস ৬০ বছৰীয়া।ছাগলীৰ পাত কাতিবলৈ গৈ মৃত্যুক সাবতিলে অশোকে। ৰঙামাটি ৩ নং মেধীপাৰাৰ নিবাসী আছিল অশোক দাস । দীৰ্ঘদিন ধৰি বৃহত্তৰ ৰঙামাটি অঞ্চলত চলি থকা বন্যহস্তীৰ উপদ্ৰৱত পৰিত্ৰাণ বিচাৰি হাহাকাৰময় পৰিৱেশ এই ৰঙামাটি অঞ্চলত। পশ্চিম কামৰূপ বন সংমণ্ডল অধীনস্থ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটিত সংঘটিত হয় ঘটনা। হাতীৰ গচকত

বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিলে নিষেধাজ্ঞা

বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিলে নিষেধাজ্ঞা

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন ব্লকৰ অন্তৰ্গত গহিয়া গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ নিশ্চিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰ জিলা দণ্ডাধীশ (ভাৰপ্ৰাপ্ত) দিগন্ত বৈশ্যই অসম মহামাৰী ৰোগ আইন ২০২৩ৰ ১৬ নং ধাৰাত জৰুৰী নিষেধাজ্ঞা জাৰি কৰিছে । অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি,