৯০ দশকৰ প্ৰথম শাৰীৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হ’ল মমতা কুলকাৰ্নী। বৰ্তমান তেওঁ ছচিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। মহাকুম্ভ ২০২৫ৰ সময়ত কিন্নৰ অখাড়াৰ পৰা তেওঁক মহামণ্ডলেশ্বৰ স্বীকৃতি দিয়া হয়। কিন্তু ইয়াৰ বিৰোধিতা কৰে সেই অখাড়াৰ বাবাসকলে। উল্লেখযোগ্য যে মমতা কুলকাৰ্নীক মহামণ্ডলেশ্বৰ উপাধি দিয়াত ৰামদেৱ আৰু বাগেশ্বৰ বাবাৰ ফালৰ পৰাও কৰা হৈছে বিৰোধিতা।
Year: 2025
সৰস্বতী পূজাৰ দিনা জাগীৰোডত এক অঘটন সংঘটিত হৈছে। নিজ ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা একাদশ শ্রেণীৰ এগৰাকী ছাত্ৰীৰ। বয়স হৈছিল প্রায় ১৭ বছব। ছাত্ৰীগৰাকীৰ নাম সুস্থা দেৱনাখ। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্থা। আত্মহত্যাৰ খবৰ পোৱাৰ মাত্রকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ
ইণ্টাৰনেটত ভাইৰেল হোৱা এই হৃদয় বিদারক ভিডিঅ’ প্রয়াগৰাজৰ মহাকুম্ভৰ। ভিডিঅ’টোত এজন ব্যক্তিয়ে এক বৃদ্ধ দম্পতীক সহায় কৰা দেখা গৈছে। এই ভিডিতা’টোত বৃদ্ধ পিতৃ-মাতৃয়ে কৈছে যে কেনেকৈ তেওঁলোকৰ সন্তানে তেওঁলোকক এনেদৰে পৰিত্যাগ কৰিছে। তেওঁলোকে কান্দি কান্দি নিজৰ দুখৰ কথা বর্ণনা কৰে। তেওঁলোকে কয় যে আমাৰ “তিনিজনী বোৱাৰীয়ে আমাক বহুত অশান্তি দিয়ে।
In a momentous event, Gajraj Corps of the Indian Army and IIT Guwahati signed a Memorandum of Understanding (MoU) for research, design and fabrication of epoxy bamboo-based composites as replacement of traditional building materials used in construction of bunkers in high altitude areas. The focus on epoxy bamboo-based composites as
সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত শিহৰণকাৰী ঘটনা। নলবাৰীত একলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই। নলবাৰীৰ বৰমাৰ কদমতলৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীগৰাকীৰ। আনফালে এতিয়াও চিকিৎসাধীন হৈ আছে ১৮ বছৰীয়া প্ৰেমিক। চাঞ্চল্যকৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। অভিযোগ অনুসৰি যুৱকজনে পূৰ্বেও কিশোৰীগৰাকীক বিহপান কৰিবলৈ কৈছিল। যুৱকজনে