24.7 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ৩৮ চাকৰি

Jobs - Assam Job Infoভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ৩৮ চাকৰি

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠান(ICAR-Indian Agricultural Research Institute)ত খালী হৈছে ৩৮ পদ৷ উক্ত খালী পদসমূহ তীখা আৰু উদ্যোগ মন্ত্রালয়ৰ অধীনত পৰিচালিত গৱেষণা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ত “Development of steel slag based cost effective eco-friendly fertilizers for sustainable agriculture and inclusive growth” প্রকল্পৰ অধীনত পূৰণ কৰা হ’ব৷

ইতিমধ্যে এই বিষয়েNew Delhi ICAR-IARI Division of Environment Science (CESCRA) AAO-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Research Associate (2), Senior Research Fellow (3), Young Professional-I (16), Lab-cum-Field Worker (17)৷

Research Associate পদৰ প্রার্থীEnvironment Science/Microbiology/Biochemistry/Plant Physiology/Life Sciences বিষয়তPh.D ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪৭,০০০ টকা৷ বয়স সর্বোচ্চ ৪০ বছৰ৷

Senior Research Fellow পদৰ প্রার্থীBiochemistry/Physiology/Microbiology/Life Sciences বিষয়তM.Sc. ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স সর্বোচ্চ ৪০ বছৰ৷

Young Professional-I পদৰ প্রার্থীAgriculture/Botany বিষয়তB.Sc. ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷

Lab-cum-Field Worker পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা৷ সাক্ষাৎকাৰ অনলাইন মাধ্যমত ২৪ ছেপ্ঢেম্বৰ, ২০২১ তাৰিখে অনুষ্ঠিত হ’ব৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে যোগ্য বিবেচিত তালিকাৰ বাবে Indian Agricultural Research Instituteৰ ৱেবছাইট www.iari.res.in ভিজিট কৰিব পাৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: