অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ।মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে শিল্পীজনক।

কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।কিছুদিন চিকিৎসালয়তে শিল্পীগৰাকীয়ে কটাব লাগিব বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে।হেল্থ চিটি হস্পিতালত ডাঃ চন্দনা শৰ্মা, ডাঃ বিকাশ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ।

GTM Desk

Related