অসম হাই মাদ্ৰাছা – প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা সকলৰ নাম
গুৱাহাটী:
প্ৰথম স্থান লাভ কৰিছে ঢকুৱা হাই মাদ্ৰাছা, বৰপেটাৰ যামিন আলি(Yamin Ali)- 558 Marks
দ্বিতীয় স্থান লাভ কৰিছে এছ এ বি হাই মাদ্ৰাছা, কামৰূপৰ আফচনা য়াস্মিন (Afsana Yasmin)-552 Marks
তৃতীয় স্থান লাভ কৰিছে নাবাজ্যতি হাই মাদ্ৰাছা, কোকৰাঝাৰৰ ৰসিদুল আলি (Rashidul Ali)- 551 Marks