Are You Excited for Rakh, see how Lakhimpur is busy in Practising Rakh.

Are You Excited for Rakh, see how Lakhimpur is busy in Practising Rakh.

ৰাজ্যত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ উৎযাপন কৰি থকাৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই লখিমপুৰ জিলাৰ দীৰ্ঘা আঞ্চলিক ৰঙ্গমঞ্চৰ সহযোগত অনুষ্ঠীত হোৱা ৰাস ।বিগত ৮০ চনৰে পৰা অনুষ্ঠীত হোৱা এই ৰাস মহোৎসৱত সকলো জাতি জনগোষ্ঠী লগ হৈ এক সমন্নয়ৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষভাৱে এই বছৰৰ ৰাস মহোৎসৱৰ মুল আকৰ্শন হৈছে মহিলা সকলৰ দ্বাৰা অনুষ্ঠীত হব লগা কংস বধ ৰাস মহোৎসৱে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam