প্ৰাকৃতিক দুৰ্যোগৰ পাছতেই হিমাচল প্ৰদেশত সন্ধানহীন সোণাৰিৰ নৱদম্পত্তী

প্ৰাকৃতিক দুৰ্যোগৰ পাছতেই হিমাচল প্ৰদেশত সন্ধানহীন সোণাৰিৰ নৱদম্পত্তী

পৰিয়ালৰ লগত সংযোগ নাই সোণাৰি পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ।

তিনিদিন ধৰি যোগাযোগ বিচ্ছিন্ন পৰিয়ালৰ সৈতে।

সন্ধানহীন দম্পত্তীক উদ্ধাৰৰ বাবে চৰকাৰক আহ্বান উদ্বিগ্ন পৰিয়ালৰ।

হিমাচল আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে পৰিয়ালে।

আৰক্ষীৰ মতে সুৰক্ষিত আছে দেৱাশীষ ৰাজখোৱা, শিখা ফুকন।

অৱশ্যে অভাৱনীয় পৰিস্থিতিৰ বাবেই পৰিয়ালৰ সৈতে যোগাযোগ কৰাবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

দেৱাশিষ ৰাজখোৱা পানবজাৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী বিষয়া পৃথ্বিৰাজ ৰাজখোৱাৰ ভাতৃ।

GTM Desk