ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, নিশা ১০ বাজি ২২ মিনিটত অনুভূত হ’ল জোকাৰণি

গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি। অকল অসমতে নহয়, মেঘালয় আৰু বাংলাদেশতো অনুভূত হৈছে জোকাৰণি।

নিশা ১০ বাজি ২২ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

ভূমিকম্পটোৰ প্ৰাৱল্য ৪.২ ৰিখটাৰ স্কেল বুলি National Center for Seismologyএ প্ৰকাশ কৰিছে।

গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি। অকল অসমতে নহয়, মেঘালয় আৰু বাংলাদেশতো অনুভূত হৈছে জোকাৰণি।

এই ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ বাতৰি লাভ কৰা হোৱা নাই।

Desk GT News

Desk GT News