Breaking: সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন
সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ৷ ব্যাহত যান-বাহনৰ চলাচল৷ পথৰ দুয়ো কাষত আবদ্ধ হৈ পৰিছে শ শ বাহন ৷
গুৱাহাটী টাইমচ