বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী; অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ।
উত্তৰ অসম, মধ্য অসম, নামনি অসম, উজনি অসমত বতৰে ল’ব পাৰে কালৰূপ।
গুৱাহাটী টাইমচ
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ।
উত্তৰ অসম, মধ্য অসম, নামনি অসম, উজনি অসমত বতৰে ল’ব পাৰে কালৰূপ।