ৰাজ্যত পুনৰ গড় হত্যা!

ৰাজ্যত পুনৰ গড় হত্যা!

ৰাজ্যত গড় হত্যাৰ হোৱা নাই বুলি দাবী কৰাৰ সময়তে পুনৰ পোহৰলৈ আহিল গড় হত্যা।

মে’ মাহত হোৱা গড় হত্যা পোহৰলৈ আহিল পলমকৈ।

শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ ঘটনা পোহৰলৈ আহিল।

চিদাঝাৰ বন শিবিৰৰ ৫০০ মিটাৰ নিলগত উদ্ধাৰ খৰ্গবিহীন গড়ৰ কংকাল

বিগত মে’ মাহত চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ

বন বিভাগে ঘটনাতো গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

Shahnawaz Hamza