সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবে বাচি ললে এজন ছাত্ৰই আত্মহত্যাৰ পথ

সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবে বাচি ললে এজন ছাত্ৰই আত্মহত্যাৰ পথ

♦️সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবে বাচি ললে এজন ছাত্ৰই আত্মহত্যাৰ পথ ।
♦️চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চোমদাৰ গাওঁৰ অৰ্জুন হাচদাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে ৷
♦️মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ললে ছাত্ৰ জনে।
♦️নিজ ঘৰৰ পিছফালে এজোপা গছত চিপ লৈ আত্মহত্যা কৰে অৰ্জুন হাচদাই।

GTM Desk

Related