UPSC ত জিলিকিল ডিমাহাচাওৰ জীয়ৰী দীক্ষা লাংথাছা।

UPSC ত জিলিকিল ডিমাহাচাওৰ জীয়ৰী দীক্ষা লাংথাছা।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ ২০২২ বৰ্ষৰ ঘোষিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ ৫ম স্থান প্ৰাপ্ত ময়ুৰ হাজৰিকা,
২৭১ নং স্থান প্ৰাপ্ত অঞ্জলী ভৰদ্বাজ ,
২৯৮ নং স্থান প্ৰাপ্ত ইদুল আহমেদ,
৬১৯ নং স্থান প্ৰাপ্ত ভি চৈলেনঠাং ভাইফাই,
৬৬৪ নং স্থান প্ৰাপ্ত দীক্ষা লাংথাছা,
৮৪৮ নং স্থান প্ৰাপ্ত নিবেদিতা দাস,
আৰু ৮৮১ নং স্থান প্ৰাপ্ত মানস জ্যোতি দাস!

GTM Desk

Related