চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ
চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে।সন্ধানহীন দুয়ো কিশোৰৰ ঘৰ জোনাইৰ উদয়পুৰত। সন্ধানহীন কানায়া চাহানী পৱন চাহানীৰ পুত্ৰ আৰু গলু চাহানী ৰাজশ চাহানীৰ পুত্ৰ।