নিশা জখলাবন্ধাত STFৰ অভিযান

নিশা জখলাবন্ধাত STFৰ অভিযান

🔴নিশা জখলাবন্ধাত STFৰ অভিযান
🔴অভিযানত উদ্ধাৰ জন্তুৰ দেহৰ কিছু অংশ
🔴হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিঙসহ লাওখোলা উদ্ধাৰ
🔴অভিযানত উদ্ধাৰ হৈছে বনৰৌৰ দেহৰ কিছু অংশও
🔴জখলাবন্ধাৰ এটা ঘৰৰ পৰা উদ্ধাৰ সামগ্ৰীসমূহ
🔴অভিযানত আটক কৰিছে ৫জনক

GTM Desk

Related