পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।

পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।

📌 পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।
📌 এইবাৰ স্থান হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।
📌 লাট মণ্ডল উৎপল কেম্প্ৰাই ২০০০ টকা ঘোচ ল‌ওঁতেই হাতে-লোটে ধৰিলে চি এম ভিজিলেন্সৰ দলে।

GTM Desk