শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা

শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা

ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা

🔷 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে এই সিদ্ধান্ত।

🔷 আছাম এক্সাইছ ৰুলছ-২০১৬ ৰ ৰুলছ-৩২৬ (বি)ৰ অধীনত এই নিৰ্দেশনা।

🔷 এই সময়ত সকলো অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান বন্ধ থাকিব।

Shahnawaz Hamza