ছিকিমত সন্ধানহীন এগৰাকী ভাৰতীয় সেনা মিটু কলিতাৰ মৃতদেহ উদ্ধাৰ…

ছিকিমত সন্ধানহীন এগৰাকী ভাৰতীয় সেনা মিটু কলিতাৰ মৃতদেহ উদ্ধাৰ…

ছিকিমত সন্ধানহীন এগৰাকী ভাৰতীয় সেনাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰ বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ মিটু কলিতাৰ। আজি বিয়লিলৈ বাসগৃহলৈ অনা হ’ব মৃতদেহ। সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব সেনা জোৱানগৰাকীৰ অন্ত্যেষ্টিক্রিয়া।

GTM Desk

Related