ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা..

ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা..

ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা। বিশেষ বাছেৰে পুৱা গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ দলটো। ছাত্ৰ-ছাত্ৰীৰ দলটোক পোনে পোনে লৈ যোৱা হয় হোটেল ৰেডিছন ব্লুলৈ। ৰেডিছন ব্লুত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থীক

Shahnawaz Hamza