কাকতিয়ে কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন হিন্দী ছবিত সহকাৰী সম্পাদক হিচাপে যোগদান…
মোম্বাইত অসম সন্তান ধৃতিমান কাকতিয়ে আজি প্ৰযোজক কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন মূখ্য ধাৰাৰ হিন্দী ছবিত Assistant Editor হিচাপে যোগদান কৰিছে।
ছবিখনৰ মূখ্য অভিনেত্ৰী আলিয়া ভাট, পৰিচালক ৱচন বালা ৷
এসময়ত নিজাকৈ এখন চলচিত্ৰ নিৰ্মাণৰ লক্ষ্যও আছে৷
আন্তৰিকতাৰে অভিনন্দন জনালোঁ। ধৃতিমান কাকতি গ্ৰন্থ প্ৰেমী তথা লেখক অলকানন্দ কাকতি আৰু লেখিকা ডঃ গায়ত্ৰী বৰা কাকতি বাইদেউৰ সুযোগ্য সন্তান।