কৰ্তব্যৰত অৱস্থাতে সোণাৰিত আকস্মিক মৃত্যু আৰক্ষী জোৱান ৰবীন গগৈৰ
🔴কৰ্তব্যৰত অৱস্থাতে সোণাৰিত আকস্মিক মৃত্যু আৰক্ষী জোৱান ৰবীন গগৈৰ
🔴নামতোলাৰ পানীগছ অঞ্চলত তালাচীৰত অৱস্থাতে অসুস্থ হৈ পৰে জোৱানজন
🔴ততালিকে পত্নীয়ে ভৰ্তি কৰে চৰাইদেউ অসামৰিক চিকিৎসালয়ত
🔴চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈৰ