কেন্দ্রীয় হিলাল কমিটিয়ে নিৰ্ধাৰণ কৰিলে ফিৎৰাৰ পৰিমাণ ৬৫.০০ টকা

কেন্দ্রীয় হিলাল কমিটিয়ে নিৰ্ধাৰণ কৰিলে ফিৎৰাৰ পৰিমাণ ৬৫.০০ টকা

কেন্দ্রীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাই যে এইবেলি ৰমজানৰ ৰোজাৰ ফিৎৰাৰ পৰিমাণ ১,৬৩৩ গ্রাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৬৫.০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জনাইছে।

এই ফিৎৰা ঈদুল- ফিটৰৰ নামাজৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ পৰা সকলো মুছলমানবাসী ৰাইজক আহ্বান জনায়।

GTM Desk

Related