ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যাৰ৷ মহিলা এছিয়া কাপৰ বাবে ভাৰতীয় ‘এ’ দলত স্থান লাভ বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ জীয়ৰী উমা ছেত্ৰী।১২ জুনৰ পৰা হংকঙত অনুষ্ঠিত হ’ব এছিয়া কাপ টুৰ্ণামেণ্টখন৷ ১৩ জুনত হংকঙৰ বিৰুদ্ধে ভাৰতৰ এছিয়া কাপৰ প্ৰথমখন মেচ৷ ১৫ জুনত থাইলেণ্ড, ১৭ জুনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত৷

GTM Desk