বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল সহ চাৰি জাই সজীৱ গুলি…

বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল সহ চাৰি জাই সজীৱ গুলি…

বটদ্ৰৱা আমলখি গাঁৱৰ জিয়াউৰ ৰহমান নামৰ ব্যক্তি গৰাকীৰ পৰা পিষ্টল উদ্বাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে।

ধৃত জিয়াউৰ ৰহমানে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি আনিছিল বুলি জানিব পৰা গৈছে ।

বটদ্ৰৱা আৰক্ষীয়ে ধৃত জিয়াউৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

ধিঙৰ পৰা সুৰুজ আলী।

Shahnawaz Hamza