চাপৰ আৰক্ষীৰ অভিযানত জব্দ হল নকল সোন…

চাপৰ আৰক্ষীৰ অভিযানত জব্দ হল নকল সোন…

*চাপৰৰ আৰক্ষীৰ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম নকল সোনসহ দুই নকল সোন ব্যৱসায়ী আটক ।।

ধৃত নকল সোন ব্যৱসায়ী দুজন ক্ৰমে বাদশ্বা সেখ আৰু নুৰ আলম বুলি জানিব পৰা গৈছে ।।

জানিব পৰা মতে নকল সোন ব্যৱসায়ি দুজন ধুবুৰী জিলাৰ বন্দিহানাৰ পৰা চাপৰলৈ আহিছিল সোন বিক্ৰী কৰিবলৈ ।।

চাপৰ চক্ৰ আৰক্ষী বিষয়া আৰু চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যৌথ অভিযান চলাই নকল সোন ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হৈছে ।।

সমগ্ৰ অসমৰ লগতে চাপৰতো নকল সোন ব্যৱসায়ীয়ে চলাইছে নকল সোনৰ ব্যৱসায় আৰক্ষীয়ে দুই নকল সোন ব্যৱসায়ীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।।

চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপোৰ্ট ।।

GTM Desk