২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ !

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ !

আগুৱাই দিয়া হ’ল গৰমৰ বন্ধ । ৰাজ্যৰ বান পৰিস্থিতিৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত

২৫ জুনৰ পৰা ২৫ জুলাইলৈ গৰমৰ বন্ধ ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা

যি সমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়ক

২৫ তাৰিখৰ ভিতৰত পৰীক্ষা সমূহ শেষ কৰি ২৫ তাৰিখৰ পৰা

গৰমৰ বন্ধ দিবলৈ কৈছে শিক্ষামন্ত্ৰী গৰাকীয়ে

Shahnawaz Hamza